ইৰাকৰ ৰাজধানী বাগদাদত ভয়ংকৰ বোমা বিস্ফোৰণঃ ২৮ জন লোক নিহত, ৭৩ জন লোক আহত

 01/21/2021 - 19:26

নিউজ ডেস্কঃ ইৰাকৰ ৰাজধানী বাগদাদত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাটী বোমা বিস্ফোৰণ। ইৰাকৰ ৰাজধানীত টায়েৰান স্কোৱেৰৰ চেকেণ্ড হেণ্ড কাপোৰৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ২৮ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৭৩ জন লোক আহত হয় এই বোমা বিস্ফোৰণত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।