বিজেপি প্ৰাৰ্থী ছানী দেউলৰ অগ্ৰগতি

 05/23/2019 - 11:23

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ গুৰদাসপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ছানী দেওল।

আনন্দপুৰ ছাহিবত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মনিস তিৱাৰী।

অমৃতসৰত আগবাঢ়ি আছে গুৰজিৎ সিং আওজলা।

ইফালে, ভতিণ্ডাত আগবাঢ়ি আছে এছ এ ডিৰ প্ৰাৰ্থী হৰস্মিৰত কৌৰ বাদল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।