মঙলদৈত বৰ্তমানলৈ বিজেপিৰ অগ্ৰগতি

 05/23/2019 - 11:26

ডিজিটেল ডেস্ক: মঙলদৈ মহাবিদ্যালয়টো ভোট গণনা আৰম্ভ

৮ নং লোকসভা সমষ্টিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ভোট গণনা অনুসৰি
বিজেপি- ১৬২০৪
কংগ্ৰেছ- ১১৪৫২
৪৩৫২ ভোটত বিজেপিৰ অগ্ৰগতি

প্ৰাৰম্ভিক পৰ্যায়ৰ ভোট গণনা অনুসৰি
মঙলদৈ
বিজেপি- ৫৪৪৫
কংগ্ৰেছ- ২৩৫৯

কলাইগাঁও
বিজেপি- ৫৪৪৩
কংগ্ৰেছ-৪৬৬

ছিপাঝাৰ
বিজেপি- ৫২৫০
কংগ্ৰেছ- ২৮৬৫

দলগাঁও
বিজেপি- ৬২০
কংগ্ৰেছ- ৬৮৬৫

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।