পশ্চিমবংগত বিজেপি ৫আসনত আগবাঢ়ি আছে

 05/23/2019 - 11:31

ডিজিটেল ডেস্কঃপশ্চিমবংগত ৫খন আসনত আগবাঢ়ি আছে বিজেপি।

২খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।

৩খন আসনত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।