আমেথিত বৰ্তমান আগবাঢ়ি আছে ৰাহুল

 05/23/2019 - 11:45

ডিজিটেল ডেস্ক: আমেথিত বৰ্তমান জয়যাত্রা অব্যাহত ৰাহুল গান্ধীৰ। প্ৰাৰম্ভিক পৰ্যায়ত ২০০০ ভোটত পিছপৰি আছিল কংগ্ৰেছৰ অধ্যক্ষগৰাকী।

বৰ্তমান ভোট গণনা চলি আছে সমষ্টিটোত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।