৬ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফল

 05/23/2019 - 11:59

বৰপেটাঃ ৬ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফল।

প্ৰথম ৰাউণ্ডত কংগ্ৰেছ ৫০৪৫,

অগপ বিজেপি মিত্ৰজোঁট ৩২৪৫,

এ আই ইউ ডি এফ ২০৪৭

বৰপেটা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ ফলাফল

কংগ্ৰেছ ২০৭০

অগপ বিজেপি মিত্ৰজোঁট ৬৬২০

এ আই ইউ ডি এফ ৪৭৬

বাঘবৰ প্ৰথম ৰাউণ্ডৰ ফলাফল

কংগ্ৰেছ ৪০৫১

অগপ বিজেপি মিত্ৰজোঁট ৯০

এ আই ইউ ডি এফ ৩৭৯১

চেঙা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ফলাফল

কংগ্ৰেছ ৪৯৬৬

অগপ বিজেপি মিত্ৰজোঁট ২৩৬

এ আই ইউ ডি এফ ৪৫২০

জনিয়া সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ফলাফল

কংগ্ৰেছ ৪৯৬৪

অগপ বিজেপি মিত্ৰজোঁট ২৫৬০

এ আই ইউ ডি এফ ৭২৬

সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ফলাফল

কংগ্ৰেছ ৭২৮৮

অগপ বিজেপি মিত্ৰজোঁট ১১৬৮

এ আই ইউ ডি এফ ১৯৯২

সৰ্বমুঠ ফলাফল মতে কুমাৰ দীপক দাসৰ অগ্ৰগতি

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।