যোৰহাটত আগবাঢ়িছে সুশান্ত

 05/23/2019 - 12:14

ডিজিটেল ডেস্ক: যোৰহাট সমষ্টিত আগবাঢ়ি আছে সুশান্ত বৰগোহাঁই। তেওঁ বৰ্তমানলৈ লাভ কৰিছে ৪৯৩৯২টা ভোট।

তাৰ সমান্তৰালকৈ তপন কুমাৰ গগৈয়ে লাভ কৰিছে ৪৭৯২৬টা ভোট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।