অসমৰ ৭খন আসনত বিজেপিৰ জয়যাত্রা

 05/23/2019 - 12:25

ডিজিটেল ডেস্কঃ অসমত বৰ্তমানলৈ বিজেপিৰ জয়যাত্রা অব্যাহত। অসমৰ মুঠ ৭খন আসন আৰু সেই ৭খন আসনতে আগবাঢ়ি আছে বিজেপি দল। কলিয়াবৰ লোকসভা সমষ্টিত বৰ্তমানলৈকে আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ৷

মঙলদৈ, লখিমপুৰ, গুৱাহাটীত অগ্ৰগতি বিজেপি প্ৰাৰ্থীৰ৷ তেজপুৰত আগবাঢ়ি আছে পল্লৱ লোচন দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.