ধুবুৰীত এআইইউডিএফৰ অগ্ৰগতি

 05/23/2019 - 12:48

ডিজিটেল ডেস্ক: ধুবুৰী সমষ্টিত আগবাঢ়ি আছে এআইইউডিএফৰ বদৰুদ্দিন আজমল। তেওঁ বৰ্তমানলৈ লাভ কৰিছে ৬৪৯০৯টা ভোট। লগতে ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছে ৪০৯৮৩টা ভোট আৰু অগপৰ জাভেদ ইছলামে লাভ কৰিছে ৩৬৫৪০টা ভোট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।