আগবাঢ়িছে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম

 05/23/2019 - 13:26

শ্ৰীৰামপুৰঃ ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ(জনজাতি)সমষ্টিৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ড গণনাৰ অন্ততঃ প্ৰমিলা ৰাণী ব্ৰহ্মই ৩৮২৫ টা ভোট লাভ কৰি প্ৰথম স্থান দখল কৰি আছে।

ইউজি ব্ৰহ্মই ৩৬৭৪ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ৩৬১৮ টা ভোট লাভ কৰি তৃতীয় স্থানত আছে ৷

সামগ্ৰিকভাৱে ২৯ নং পশ্চিম কোকৰাঝাৰ(জনজাতি) সমষ্টিৰ প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই ১৫১ টা ভোটত আগবাঢ়ি আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।