সোণাৰীৰ নিজ সমষ্টিত উপস্থিত তপন কুমাৰ গগৈ

 05/23/2019 - 13:26

শিৱসাগৰ: যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ উপস্থিত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত। নিজৰ জয়ক লৈ ১০০ শতাংশ নিশ্চিত প্ৰাৰ্থীগৰাকী।

নিজ সমষ্টি সোণাৰীত বৃহৎ অগ্ৰগতি লাভৰ দাবী গগৈৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।