১০০ নং আৰু ১০১ নং মৰিয়নী বিধানসভা সমষ্টিৰ ফলাফল

 05/23/2019 - 13:40

মৰিয়নী: ১২ নং যোৰহাট লোকসভা সমষ্টিৰ ১০০ নং আৰু ১০১ নং মৰিয়নী বিধানসভা সমষ্টিৰ ভোট গণনা পুৱাৰ পৰা চলি আছে৷ তিতাবৰ ভোট গণনা কেন্দ্ৰত উপস্থিত আছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ তিতাবৰ মহকুমাৰ ভোট গণনা কেন্দ্ৰত প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ সমাপ্তিৰ পিছত-
তিতাবৰ
কংগ্ৰেছ 3917
বিজেপি 3533

মৰিয়নী
কংগ্ৰেছ 3611
বিজেপি 4689

Titabor 2nd Round

তিতাবৰত
কংগ্ৰেছ 5005
বিজেপি 2464

অগ্ৰগতি কংগ্ৰেছ 2541

মৰিয়নী
কংগ্ৰেছ 2230
বিজেপি 7035

অগ্ৰগতি বিজেপি 4805

TITABAR 3rd Round

তিতাবৰত
কংগ্ৰেছ 3808
বিজেপি 3468

মৰিয়নী
কংগ্ৰেছ 1700
বিজেপি 5961

4th Titabor

মৰিয়নী বিজেপি 5586
কংগ্ৰেছ 4145

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।