বৰপেটাত কুমাৰ দীপক দাসৰ অগ্ৰগতি

 05/23/2019 - 14:30

বৰপেটা: বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰ বিধানসভা সমষ্টিত কুমাৰ দীপক দাসৰ ভোট ৫০১১।  কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ ৩১১৯। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকতকৈ ১৮৯২ ভোটত অগ্ৰগতি লাভ কৰি আছে অগপ-বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী কুমাৰ দীপক দাসে।

বৰপেটা লোকসভা ১২.৩০ বজালৈকে ভোটগণনাৰ ফলাফল

কংগ্ৰেছ: ১৭৩২০৭

অগপ: ২২৬২০২

ইউডিএফ: ৬৬৮৬১

৫২৯৯৫ টা ভোটত অগপৰ কুমাৰ দীপক দাসৰ অগ্ৰগতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।