লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ অগ্ৰগতি

 05/23/2019 - 14:40

লখিমপুৰঃ লখিমপুৰ লোকসভা সমষ্টিৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ একাদশ পৰ্যায়ৰ শেষত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ অগ্ৰগতি৷

বিজেপি-৫৪,৩২৭ 

কংগ্ৰেছ-২৫,৭২৭ 

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ তুলনাত ২৮,৬০০ টা ভোটত অগ্ৰগতি লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।