ডিফুত হৰেন সিং বে'ৰ জয়যাত্রা অব্যাহত

 05/23/2019 - 15:06

বোকাজান: ৩ নং ডিফু স্বায়ত্ত্ব শাসিত সমষ্টিত বৰ্তমানলৈকে বিজেপি দলৰ প্ৰাৰ্থী হৰেন সিং বে'ই লাভ কৰিছে ১,৩৬,৬৪২ টা ভোট৷ আনপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিৰেণ সিং ইংতিয়ে লাভ কৰিছে ৫১,৮৯৬টা ভোট। দুই প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান ৮৪,৭৪৬ টা৷

হৰেন সিং বে’ক অভিনন্দন জনাইছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্যসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।