অসমত বিজেপিৰ অগ্ৰগতি

 05/23/2019 - 16:41

ডিজিটেল ডেস্কঃ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈঃ ৭৬,৮০১ ভোটত অগ্ৰগতি

কোকৰাঝাৰত নৱ শৰণীয়াঃ ২৭,৯০৪ ভোটত অগ্ৰগতি

যোৰহাটত বিজেপিৰ তপন গগৈঃ ৬৬,২৩৬ ভোটত অগ্ৰগতি

কৰিমগঞ্জত এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাসঃ ৬৫,৬৬৮ ভোটত অগ্ৰগতি

শিলচৰত বিজেপিৰ ৰাজদ্বীপ ৰয়ঃ ৫২,৪৬৫ ভোটত অগ্ৰগতি

স্বায়ত্ব শাসিত জিলাত হৰেণসিং বেঃ ৮১,৫৪৬ ভোটত অগ্ৰগতি

ধুবুৰীত এআইইউডিএফৰ বদৰুদ্দিন আজমলঃ ১,৪৫,৮৮৩ ভোটত অগ্ৰগতি

ডিব্ৰুগড়ত বিজেপিৰ ৰামেশ্বৰ তেলীঃ ২,৪৬,০০৮ ভোটত অগ্ৰগতি

গুৱাহাটীত বিজেপিৰ কুইন ওজাঃ ১০,১৯৪ ভোটত অগ্ৰগতি

লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাঃ ২,৮৩,৮৬০ ভোটত অগ্ৰগতি

মঙলদৈত বিজেপিৰ দিলীপ শইকীয়াঃ ১,৪,৯৫৯ ভোটত অগ্ৰগতি

নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাঃ ৪৩,১২১ ভোটত অগ্ৰগতি

তেজপুৰত বিজেপিৰ পল্লৱ লোচন দাসঃ ১,০৫,৫৮৫ ভোটত অগ্ৰগতি

বৰপেটাত অগপৰ দীপক কুমাৰ দাসঃ ২৭,২০৬ ভোটত অগ্ৰগতি

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।