বৰপেটা সমষ্টিত অগপৰ জয়যাত্রা

 05/23/2019 - 16:51

বৰপেটা: বৰপেটা সংসদীয় সমষ্টিৰ মুঠ ১৪,২৬,০০০ ভোটৰ ৯,০০,৮৯৯ ভোট গণনা সম্পন্ন৷ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ ২৫,০৯৮ টা ভোটত অগ্ৰগতি লাভ৷
এই মুহূৰ্তলৈ অগপই লাভ কৰিছে ৩,৬৭,৯৬২ টা ভোট, কংগ্ৰেছে লাভ কৰিছে ৩,৪২,৮৬৪ টা আৰু এআইইউডিএফে লাভ কৰিছে ১,৪৬,০১৬ টা ভোট৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।