যোৰহাট আমগুৰি সমষ্টি প্ৰায় বিজেপিৰ দখলত

 05/23/2019 - 16:54

ডিজিটেল ডেস্কঃ যোৰহাট লোকসভাৰ আমগুৰি সমষ্টি

দশম ৰাউণ্ড

বিজেপি ৩৪৫১১

কংগ্ৰেছ ২৭০২৪

বিজেপি আগবাঢ়িছে ৭৪৮৭ ১১ নং ৰাউণ্ডলৈ

আমগুৰিত বিজেপি আগবাঢ়ি আছে ৯২৯৩ টা ভোটত

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।