ইউজি ব্ৰহ্মতকৈ ৫৭৬৫ টা ভোটত আগবাঢ়ি আছে নৱ শৰণীয়া

 05/23/2019 - 17:08

গোসাইগাঁও: গোসাইগাঁৱত গণনা হোৱা ২৮ নং গোসাইগাঁও সমষ্টি আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিৰ ১০ নম্বৰ ৰাউণ্ডৰ অন্তত, নৱ কুমাৰ শৰণীয়াই ৪৯০৬২ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰাৰ লগতে ইউজিব্ৰহ্মই ৪৩২৯৭ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে আৰু প্ৰমিলা ৰানী ব্ৰহ্মই ৩৬২৫৫ টা ভোট লাভ কৰি তৃতীয় স্থানত আছে ৷

নৱ কুমাৰ শৰণীয়াই ইউপিপিএলৰ প্ৰাৰ্থী ইউজিব্ৰহ্মতকৈ ৫৭৬৫ টা ভোটত আগবাঢ়ি আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।