মোডীক আগতীয়া অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

 05/23/2019 - 17:32

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাৰ পূৰ্বেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নিতান্যাহুৱে টুইটযোগে অভিনন্দন জনায় মোডীক।

‘নৰেন্দ্ৰ মোডীৰ জয়ে ইজৰাইল আৰু ভাৰতৰ মাজৰ বন্ধুত্বক অধিক শক্তিশালী ৰূপ দিব।’ টুইটযোগে এই মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীৰ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।