পদত্যাগ পত্র দাখিল কৰিব ৰাহুল গান্ধীয়ে

 05/23/2019 - 19:42

ডিজিটেল ডেস্ক: পদত্যাগ পত্র দাখিল কৰিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ। লগতে তেওঁ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিক অভিনন্দন জনায়।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাহুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।