যোৰহাট সমষ্টিত তপন গগৈৰ জয়লাভ

 05/23/2019 - 20:51

আমগুৰি: যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ 92685টা ভোটত জয়লাভ।

১. মৰিয়নী-13087 (বিজেপি)

২. টীয়ক-6504 (বিজেপি)

৩. তিতাবৰ-13108 (কংগ্ৰেছ)

৪. যোৰহাট-13267 (বিজেপি)

৫. শিৱসাগৰ-945(cong.)

৬. আমগুৰি-12543 (বিজেপি)

৭. মাহমৰা-8830 (বিজেপি)

৮. সোনাৰী-33206 (বিজেপি)

৯. নাজিৰা-1405 (বিজেপি)

১০. থাওৰা-2898 (বিজেপি)

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।