লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনত জয় লাভ কৰা প্ৰাৰ্থীসকল

 05/24/2019 - 13:12

ডিজিটেল ডেস্কঃ সদ্যঘোষিত লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনত জয় লাভ কৰা প্ৰাৰ্থীসকল হৈছে-

লখিমপুৰ- প্ৰদান বৰুৱা, বিজেপি

তেজপুৰ- পল্লৱ লোচন দাস, বিজেপি

যোৰহাট- তপন কুমাৰ গগৈ, বিজেপি

কৰিমগঞ্জ- কৃপানাথ মাল্লা, বিজেপি

শিলচৰ- ৰাজদ্বীপ ৰয়, বিজেপি

গুৱাহাটী- কুইন ওজা, বিজেপি

ডিব্ৰুগড়- ৰামেশ্বৰ তেলী, বিজেপি

মঙলদৈ- দিলীপ কুমাৰ শইকীয়া, বিজেপি

ডিফু- হৰেন সিং বে, বিজেপি

নগাঁও- প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ

কলিয়াবৰ- গৌৰৱ গগৈ, কংগ্ৰেছ

বৰপেটা-আব্দুল খালেক, কংগ্ৰেছ

ধুবুৰী- বদৰুদ্দিন আজমল,এ আই ইউ ডি এফ

কোকৰাঝাৰ- নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় 

বিজেপি - ০৯

কংগ্ৰেছ - ০৩

এ আই ইউ ডি এফ - ০১

অন্যান্য - ০১

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।