অসমৰ ১৪ সমষ্টিত কিমান ভোটৰ ব্যৱধানত জয়ী হ’ল প্ৰাৰ্থী

 05/24/2019 - 13:26

ডিজিটেল ডেস্কঃ অসমৰ ১৪ সমষ্টিত কিমান ভোটৰ ব্যৱধানত জয়ী হ’ল প্ৰাৰ্থী

১) নগাঁৱত ২০ হাজাৰতকৈ অধিক ভোটত জয়ী কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ।

২) কৰিমগঞ্জত ৩৮,৩৮৯ ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কৃপানাথ মাল্লা।

৩) যোৰহাটত ৮২,৬৫৩টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ তপন গগৈ।

৪) ডিব্ৰুগড়ত ৩,৬৪,৫৬৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰামেশ্বৰ তেলী।

৫) গুৱাহাটীত ৩,৪৫,১৫৮টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কুইন ওজা।

৬) কলিয়াবৰত ২,০৭,০০২টা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছৰ গৌৰৱ গগৈ।

৭) কোকৰাঝাৰত ৩৮,৫৩৩টা ভোটৰ ব্যৱধানত জয়ী নিৰ্দলীয় নৱ কুমাৰ শৰণীয়া।

৮) লখিমপুৰত ৩,৪৬,৪৬০টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ প্ৰদান বৰুৱা।

৯) ডিফুত ২,৩৯,৩৮৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ হৰেনছিং বে’।

১০) বৰপেটাত ১,২২,৪১৭টা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছৰ আব্দুল খালেক।

১১) ধুবুৰীত ২,২৬,০১৪টা ভোটৰ ব্যৱধানত জয়ী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল।

১২) মঙলদৈত ১,৩০,৩৯৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ দিলীপ শইকীয়া।

১৩) শিলচৰত ৮১,৫৯৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰাজদ্বীপ ৰয়।

১৪) তেজপুৰত ২,৪০,৩৪৫টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ পল্লৱলোচন দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।