কংগ্ৰেছৰ পৰাজয়ৰ পিছত কি ক’লে ষ্টাৰ কেম্পেইনাৰ হাৰ্ডিক পেটেলে

 05/24/2019 - 15:15

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত কংগ্ৰেছৰ লজ্জাজনক পৰাজয়ৰ পিছতে কংগ্ৰেছৰ শীৰ্ষ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷

কংগ্ৰেছ দলৰ পৰাজয়ৰ পিছতে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হাৰ্ডিক পেটেলে এয়া কংগ্ৰেছৰ পৰাজয় নহয় দেশত বেৰোজগাৰ,শিক্ষা,কৃষক,মহিলাৰ সন্মানৰ পৰাজয় হোৱা বুলি অভিযোগ তুলি ভাৰতৰ জনতাৰ পৰাজয় হোৱা বুলিও মতপোষণ কৰে৷

বিজেপিয়ে ভাৰতবৰ্ষৰ জনতাৰে নহয়, বেইমাইনীৰে নিৰ্বাচনত জয়লাভ কৰা বুলিও গুৰতৰ অভিযোগ আনে হাৰ্ডিক পেটেলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।