অসমলৈ ১৫ কোটিৰ সাহায্য টাটাৰ

 06/07/2021 - 13:47

 

নিউজ ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১৫ কোটি টকা দান টাটাৰ।  টাটাৰ দুটা অংশৰ পৰা এই দান কৰা হৈছে। টাটা চনছ প্ৰাইভেট লিমিটেদে ৭ কোটি আৰু টাটা কমিউনিটি ইনিছিয়েটিভ ট্ৰাষ্টয়ে ৮ কোটি টকা দান কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।