বেডমিণ্টন এছিয়াৰ উপসভাপতি হিচাপে নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা

 05/26/2019 - 17:27

গুৱাহাটী: বেডমিণ্টন এছিয়াৰ উপসভাপতি হিচাপে নিৰ্বাচিত হ'ল নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে চীনত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁ ৪০ টাৰ ভিতৰত ৩৫ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।