পুনৰ বৃদ্ধি পেট্ৰ'লৰ মূল্য

 03/11/2019 - 11:54

গুৱাহাটীঃ যোৱা দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম৷ বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ৭১.৯৬ টকা৷ প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৯ পইচাকৈ৷

ইফালে, ডিজেলৰ মূল্য আগৰ দৰে থাকিল৷ বৃদ্ধি নহ’ল ডিজেলৰ মূল্য৷ এতিয়া প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.০৯ টকা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।