আজি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব পদ্মবিভূষণ-পদ্মশ্ৰী সন্মান

 03/11/2019 - 13:08

ডিজিটেল ডেস্ক: আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব পদ্ম সন্মান। ৰাষ্ট্ৰপতি ভৱনত আজি ১১২ গৰাকীক পদ্মবিভূষণ সন্মান বঁটা প্ৰদান কৰিব। লগতে ৫৬গৰাকীক পদ্মশ্ৰী বঁটাও প্ৰদান কৰিব। ১৬মাৰ্চত আকৌ আন ৫৬গৰাকীক দিব পদ্মশ্ৰী বঁটা।

লগতে এটা সুখবৰ যে অসমলৈ আহিব দুটা পদ্মশ্ৰী সন্মান। অসমৰ উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী আৰু চিকিৎসক ইলিয়াছ আলীক দিব পদ্মশ্ৰী সন্মান বঁটা। আনহাতে, ত্ৰিপুৰাৰ শিল্পী থাংগা দাৰ্লং, মণিপুৰৰ আৰ্চাৰ বম্বাইলা দেৱী লাইছৰাম আৰু ছিকিমৰ দ্ৰৌপদী ঘিমিৰাইলৈয়ো পদ্মশ্ৰী বঁটা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.