বিজয়ী লাভলীনাঃ প্ৰি-কোৱাৰ্টাৰত জাৰ্মান প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 07/27/2021 - 13:26
 
 
নিউজ ডেস্কঃ মঙলবাৰে প্ৰি-কোৱাৰ্টাৰত লাভলীনাই পৰাস্ত কৰিলে জাৰ্মান প্ৰতিদ্বন্দ্বীক। ইয়াৰ লগে লগে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত হ’ল লাভলীনাৰ।৩০ জুলাইত লাভলীনাই খেলিব কোৱাৰ্টাৰ ফাইনেল। ৰাছিয়া বা চাইনিজ টাইপেৰ বিৰুদ্ধে কোৱাৰ্টাৰত ফাইনেল খেলিব লাগিব লাভলীনাই। মঙলবাৰে অলিম্পিকৰ বক্সিং ৰিঙত ভৰি দিয়াৰ লগে লগেই লাভলীনাই সৃষ্টি কৰিলে ইতিহাস।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।