পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ কৰ আৰোপ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা অসম অনুসূচিত জাতি যুৱ ছাত্র সন্থাৰ

 08/05/2021 - 14:44
 
 
 
বিহালীঃ 'কোনো কাৰণতে মানি লোৱা নহ'ব গাঁও অঞ্চলৰ কৰ ব্যৱস্থা। বিজেপি চৰকাৰে ধ্বংস কৰিব বিচাৰিছে গ্ৰাম্য জীৱন'। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ কৰ আৰোপ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা অসম অনুসূচিত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সিংহজিৎ হাজৰিকাৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।