সুখবৰঃ টকিঅ' অলিম্পিকত ভাৰতলৈ আন এটা পদক

 08/05/2021 - 18:29
 
 
 
নিউজ ডেস্কঃ ভাৰতলৈ আন এটা ৰূপৰ পদক। মল্লযোদ্ধা ৰৱি কুমাৰ দাহিয়া ফাইনেলত পৰাজিত। দুবাৰৰ বিশ্ব চেম্পিয়ন ৰাছিয়াৰ জাভুৰ উগুৱেভৰ হাতত ৪-৭ ব্যৱধানত পৰাস্ত ৰৱি। অলিম্পিকৰ ইতিহাসত এয়া মল্লযুদ্ধত ভাৰতৰ দ্বিতীয়টো ৰূপৰ পদক। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।