আজিৰপৰা আৰম্ভ হ'ব ক্ৰিকেট ৱৰ্ল্ডকাপৰ প্ৰথমখন মেচ

 05/30/2019 - 16:15

ডিজিটেল ডেস্ক: আজি লণ্ডনত অনুষ্ঠিত হ'ব ক্ৰিকেট ৱৰ্ল্ডকাপৰ ২০১৯ বৰ্ষৰ প্ৰথমখন মেচ। আজিৰ এই মেচ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব। আজিৰ দিনৰ তিনিটাৰ পৰা অনুষ্ঠিত হ'ব মেচখন।

এই মেচখনক লৈ এতিয়া ক্ৰিয়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।