দেশত ক’ৰণাৰ সংক্ৰমণ হ্ৰাস

 08/17/2021 - 13:28
 
 
নিউজ ডেস্কঃ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ৰনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ ২৩.৫ শতাংশ হ্ৰাস পাইছে। ভাৰতত নতুনকৈ ২৫১৬৬জন লোকৰ দেহত ক’ভিড পজিটিভ। মৃত্যু হৈছে ৪৩৭জন লোকৰ। যোৱা ২৪ ঘন্টাত দেশত আৰোগ্য হৈছে ৩৬৮৩০জন লোক। এতিয়ালৈকে দেশত ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩২০৭৯জনলৈ বৃদ্ধি। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।