দেশত ২৪ ঘণ্টাত ৩৭,৫৯৩ জন ক’ৰণাত আক্ৰান্ত

 08/25/2021 - 18:38
 
 
নিউজ ডেস্কঃ দেশত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত হয় ৩৭,৫৯৩জন। ক’ৰণাত আক্ৰান্ত হৈ দিনটোত ৬৪৮জন লোকৰ মৃত্যু। আৰোগ্যৰ সংখ্যা ৩৪,১৬৯ জন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।