বিশ্বকাপৰ দ্বিতীয়খন খেল পাকিস্তান V/S ৱেষ্ট ইণ্ডিজ

 05/31/2019 - 13:36

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ দ্বিতীয়খন খেল আজি নটিংহামত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব।  

দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেলখনৰ বাবে উৎসুকতাৰে বাট চাইছে ক্ৰিকেটপ্ৰেমীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।