মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ, কোনে পালে কি বিভাগ?

 05/31/2019 - 15:58

নতুন দিল্লীঃ  অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পৰিল। ঘোষণা কৰা হ’ল মোদীৰ মন্ত্রীসভাৰ গুৰুত্বপূর্ণ পৰ্টফলিঅ’। বৃহস্পতিবাৰে মন্ত্ৰীৰ শপতগ্ৰহণ কৰা হয়। শুক্ৰবাৰে ঘোষণা কৰা হ’ল কোন মন্ত্ৰীক কি দপ্তৰ প্ৰদান কৰা হ’ব।

শপতগ্ৰহণৰ এদিন পিছতে বিতৰণ কৰা হ’ল মোদী মন্ত্ৰীসভাৰ দপ্তৰ। আজি বিতৰণ কৰা হয় নৱনিৰ্বাচিত মন্ত্ৰীসকলৰ দপ্তৰসমূহ।

সেইমৰ্মে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত থাকিব ব্যক্তিগত, ৰাজহুৱা ওজৰ–আপত্তি আৰু পেঞ্চন, আনৱিক শক্তিকে ধৰি কেইবাটাও বিভাগ। কোন মন্ত্ৰীয়ে কি বিভাগ পালে?

ৰাজনাথ সিঙ : প্ৰতিৰক্ষা মন্ত্ৰণালয়

অমিত শ্বাহ : গৃহ বিভাগ

নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয়

ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়

নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ

ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ

নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চাতীৰাজ মন্ত্ৰণালয়

ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয়

হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ

থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়

ড০ এছ জয়শংকৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়

ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়

অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ

স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়, বস্ত্ৰ মন্ত্ৰণালয়

ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ

প্ৰকাশ জাৱড়েকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়

পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়

ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি

মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু উদ্যমিতা

মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ

 

ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী :

 

ৰামেশ্বৰ তেলী : খাদ্য সংশাধন 

সন্তোষ কুমাৰ গংগোৱাৰ : শ্ৰম আৰু নিয়োগ মন্ত্ৰী

ৰাও ইন্দ্ৰজিৎ সিং : পৰিকল্পনা মন্ত্ৰী, পৰিসংখ্যা-কাৰ্যসূচী ৰূপায়ণ

শ্ৰীপদ য়েছ’ নাইক : আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথিক, ৰাজ্যিক প্ৰতিৰক্ষা

জিতেন্দ্ৰ সিং : ড’নাৰ

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী

 

ৰামেশ্বৰ তেলী : খাদ্য সংশাধন

কিৰেণ ৰিজিজু : যুৱ পৰিক্ৰমা, ক্ৰীড়া, সংখ্যালঘু পৰিক্ৰমা

প্ৰহ্লাদ সিং পেটেল : সাংস্কৃতিক, পৰ্যটন দপ্তৰ

ৰাজকুমাৰ সিং : শক্তি, নবীকৰণযোগ্য শক্তি, বিকাশ আৰু উদ্যমিতা দপ্তৰ

হৰদ্বীপ সিং পুৰী : গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, বাণিজ্য আৰু উদ্যোগ

মনসুখ লাল মান্দাবিয়া : ৰাসায়নিক, সাৰ, জাহাজ দপ্তৰ

ফগনসিং কুলাস্তে : তীখা দপ্তৰৰ ৰাজ্য মন্ত্ৰী

অশ্বিনী চৌবে : স্বাস্থ্য-পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী

অৰ্জুন ৰাম মেঘৱাল : সংসদীয় পৰিক্ৰমা, গুৰু উদ্যোগ-ৰাজহুৱা প্ৰতিষ্ঠান।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।