নগাঁও জিলাৰ ৰূপহীহাটৰ ১নং ভুৰবন্ধাত এটা দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ

 09/02/2021 - 13:01
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰূপহীহাটৰ ১নং ভুৰবন্ধাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কেটেলা পহু। বানৰ কবলত পৰা লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা পহুটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পহুটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি অভয়াৰণ্যখনৰ বনৰক্ষীক চমজাই দিয়ে। বনৰক্ষীয়ে কেটেলা পহুটো মুকলি কৰি দিয়ে অভয়াৰণ্য খনৰে বিশেষ নিৰাপদ স্থানত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।