ভাৰতত পুনৰ বাঢ়িছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা

 09/03/2021 - 15:52
 
 
 
নিউজ ডেস্কঃ ভাৰতত আকৌ বাঢ়িছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টাত দেশত ৪৫হাজাৰো অধিক ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।উল্লেখ্য যে, ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ ৯৭.৪৫শতাংশ। এতিয়ালৈকে দেশত ৪লাখ ৪০হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে কৰণাত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।