লংকাৰ উদালী তিনিআলি মৌলানা আব্দুল হানান খান হাইস্কুলৰ মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বিতৰণৰ নামত ধন সংগ্ৰহ

 09/04/2021 - 12:07
 
 
হোজাইঃ হোজাই জিলাত লংকাৰ মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বিতৰণ নামত ধন সংগ্ৰহ। লংকাৰ উদালী তিনিআলি মৌলানা আব্দুল হানান খান হাইস্কুলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ।
 
প্ৰধান শিক্ষক আফাজুদ্দিন বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। ৰফিক আহমেদ নামৰ‌ স্কুলখনৰ চতুৰ্থ বগৰ কৰ্মচাৰী জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ। স্কুলৰখনৰ শিক্ষক আফাজুদ্দিন উদ্দিন আৰু ৰফিক আমেদৰ বিৰুদ্ধে উদালী আৰক্ষী চকিত এজাৰৰ দাখিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।