পেৰালিম্পিকত একেটা শাখাতে সোণ-ৰূপৰ পদক অৰ্জন ভাৰতৰ

 09/04/2021 - 14:11
 
 
নিউজ ডেস্কঃ পুনৰ ভাৰতৰ হৈ মনিষ নৰৱালে শ্বুটিঙত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম। মনিষ নৰৱালে শ্বুটিঙত মিক্সড ৫০মিটাৰ SH1শাখাত অৰ্জন কৰিছে সোণৰ পদক। আৰু ভাৰতৰ সিংহৰাজেও সেই একে শাখাতে ৰূপৰ পদক অৰ্জন কৰিছে। মনিষে ২১৮.২ স্কৰ কৰি সোণৰ পদক লাভ কৰে আৰু সিংহৰাজে ২.১৬ স্কৰ কৰি ৰূপৰ পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা হ'লগৈ ১৫। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।