09/04/2021 - 16:04
in
নিউজ ডেস্কঃ মন্ত্ৰী পীয়ুষ হাজৰিকাই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে পুনৰ নিযু্ক্তি দিব কাগজ কলৰ কৰ্মচাৰীক। যোগ্যতা আৰু বয়স থকা ১০০ কৰ্মচাৰীক নতুনকৈ নিযুক্তি দিব চৰকাৰে। চৰকাৰৰ নীতি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা এটা বিভাগত দিয়া হ'ব নিযুক্তি৷