দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস, বিগত ২৪ ঘণ্টাত ২৯০ জনৰ মৃত্যু

 09/07/2021 - 13:21
 
 
 
নিউজ ডেস্কঃ দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস। দেশত বিগত ২৪ ঘণ্টাত ৩১,২২২জন লোক কৰণাত আক্ৰান্ত। মৃত্যু ২৯০জন। সুস্থ হৈ উঠিছে ৪২ হাজাৰ ৯৪২জন লোক। দেশত বৰ্তমান ৩ লাখ ৯২ হাজাৰ ৮৬৪জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কৰণাত আক্ৰান্তৰ মুঠ সংখ্যা ৩ কোটি ৩০ লাখ ৫৮ হাজাৰ ৮৪৩জন। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।