২ বছৰীয়া শিশুৰ বাবেও ক’ৰণা ভেকচিন কিউবাত

 09/07/2021 - 18:50
 
 
নিউজ ডেস্কঃ ২ বছৰীয়া শিশুৰ টিকাকৰণত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল কিউবা৷ আব্দলা আৰু চোব্ৰানা নামৰ দুটা কৰণা ভেকচিন প্ৰস্তুত৷ কিউবাত ইতিমধ্যে আৰম্ভ ১২ বছৰ বয়সৰলৈকে শিশুৰ টীকাকৰণ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।