অজয়, অক্ষয়, চলমানৰ বিৰুদ্ধে গোচৰঃ মুঠ ৪১ গৰাকী চেলিব্ৰেটিৰ বিৰুদ্ধে দাখিল অভিযোগ

 09/07/2021 - 20:58
 
 
 
 
 
নিউজ ডেস্কঃ দিল্লীৰ এজন অধিবক্তা গৌৰৱ গুলাটিয়ে দিল্লীৰ চবজি মাণ্ডি আৰক্ষী থানাত বলীউডৰ চুপাৰষ্টাৰ ছলমান খান, অক্ষয় কুমাৰ, আৰু অজয় দেৱগনকে ধৰি মুঠ ৩৮ জন চেলিব্ৰেটীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।গুলাটিয়ে অভিযোগ কৰিছিল যে তাৰকাসকলে ২০১৯ চনত হায়দৰাবাদত এটা ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ পৰিচয় সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।
 
গুলাটিয়ে অভিযোগ কৰিছিল যে তাৰকাসকলে ২০১৯ চনত হায়দৰাবাদত এটা ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ পৰিচয় সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।যি ৩৮ জন চেলিব্ৰেটীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে তেওঁলোকৰ ভিতৰত আছে বিখ্যাত অভিনেতা-অভিনেত্ৰী, ক্ৰিকেটাৰ, খেলুৱৈ আৰু পৰিচালকৰ নাম।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।