09/08/2021 - 17:45
in
কামপুৰঃ কামপুৰৰ কচুৱাৰ জুৰিপাৰ জিৎগাঁও ভেকচিন কেন্দ্ৰত নাভুত নাশ্ৰুত কাণ্ড। ভেকচিন কেন্দ্ৰৰ দুৱাৰেই খুলি নিদিলে প্ৰধান শিক্ষকে। প্ৰশানক অৱগত কৰাৰ পিছতো অনুপস্থিত স্থানীয় গাঁওবুঢ়া। হাৰাশাস্তিৰ সন্মুখীন হয় স্বাস্থ্যকৰ্মী আৰু ভেকচিন লব অহা লোকসকল।
পিছত জুৰিপাৰ পঞ্চায়ত কাৰ্যালয়ত ভেকচিন প্ৰদান কৰে। বিদ্যালয়খনৰ অপাৰিপাস্বিক অৱস্থাত ভেকচিন প্ৰদান কৰিব পৰা পৰিৱেশ নাই বুলি স্বাস্থ্যকৰ্মীয়ে প্ৰকাশ কৰিছে।