ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা

 09/09/2021 - 14:22
 
 
 
নিউজ ডেস্কঃ ভাৰতত ক্ৰমাৎ হ্ৰাস ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰণাত আক্ৰান্ত হৈছে ৪৩২৬৩ জন। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৪০,৫৬৭জন। প্ৰাণ হেৰুৱাইছে ৩৩৮জন লোক। তাৰ বিপৰীতে আৰোগ্যৰ সংখ্যা ৩২৩০৪৬১৮জনলৈ পাইছে বৃদ্ধি। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।