মাজুলীৰ ৰাজপথত মন্ত্ৰী বিমল বৰাক ঘেৰাও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

 09/09/2021 - 14:26
 
 
মাজুলীঃ মাজুলীৰ ৰাজপথত মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰে মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে। গড়মূৰৰ ৰাজপথৰ মাজত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত বহি পৰে বিমল বৰা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।