বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত ৩৩,৩৭৬ গৰাকী, সুস্থ হৈছে ৩২,১৯৮ গৰাকী

 09/11/2021 - 15:33
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত ৩৩,৩৭৬ গৰাকী। সুস্থ হৈছে ৩২,১৯৮গৰাকী। চিকিতসাধীন হৈ আছে ৩লাখ ৯১হাজাৰ ৫১৬গৰাকী লোক। ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪লাখ ৪২হাজাৰ ৩১৭গৰাকী।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।