'পিতৃ-মাতৃক প্ৰথমবাৰ প্লেনত উঠাব পাৰি মোৰ সপোন পূৰণ হ’ল'- নীৰজ চোপ্ৰা

 09/11/2021 - 16:47
 
 
 
 
 
 
নিউজ ডেস্কঃ 'পিতৃ-মাতৃক প্ৰথমবাৰ প্লেনত উঠাব পাৰি মোৰ সপোন পূৰণ হ’ল। নীৰজ চোপ্ৰাই এইদৰে ছচিয়েল মিডিয়াত পষ্ট’ কৰা দেখা যায়।
নিৰজ চোপ্ৰাৰ ভিএচএম এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। চোপ্ৰা হৈছে অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক জয় কৰা প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।